আমগুৰি ২১ জানুৱাৰী :দেওবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ,শিৱসাগৰ জিলা শাখাৰ 67 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ৷ শিৱসাগৰ জিলাৰ সৰুমইনা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন । শলগুৰি আঞ্চলিক শাখাৰ আতিথ্যত খঁৰাগড় ধাদুমীয়া চাপৰিৰ কেন্দ্ৰীয় নামঘৰত হৰি নামৰ ধ্বনিৰে ভকত বৈষ্ণৱে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ শংকৰ সংঘৰ সকলো আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰে অধিৱেশনত ৷ এই জিলা অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰেও অংশগ্ৰহণ কৰে।
তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা শংকৰ সংঘ ৬৭ সংখ্যক অধিৱেশন - sivsagar district
দেওবাৰৰ পৰা অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰ সংঘ, শিৱসাগৰ জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ সৰুমইনা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন ।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ জিলা শঙ্কৰ সঙ্ঘৰ ৬৭ সংখ্যক অধিৱেশন
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ জিলা শঙ্কৰ সঙ্ঘৰ ৬৭ সংখ্যক অধিৱেশন
আৰু পঢ়ক : ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা