স্পৰ্টছ ডেস্ক, ২৮ জুলাইঃ অসম ৰাজ্যিক টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত নলবাৰীত অনুষ্ঠিত হৈছে ৩৬ তম সদৌ অসম ৰাজ্যিক পুৰুষ মহিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা । চাৰিদিনীয়া কাৰ্যসূচীৰে নলবাৰী হৰিমন্দিৰত আৰম্ভ হৈছে এই টাইকোৱাণ্ডো প্ৰতিযোগিতা ।
নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা - অসম ৰাজ্যিক টাইকোৱাণ্ডো সন্থা
নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা । অসম ৰাজ্যিক টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতা ।

নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা
নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা
নলবাৰী জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি গণেশ তামুলীয়ে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত প্ৰায় ১৬০০ তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে । পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই খেলখনত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে । অহা ৩০ জুলাইত অন্ত পৰিব এই প্ৰতিযোগিতাৰ ।