অসম

assam

By

Published : May 16, 2021, 10:37 PM IST

Updated : May 17, 2021, 6:29 AM IST

ETV Bharat / state

দেওবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য

দেওবাৰৰ দিনটোত নলবাৰীত ক’ভিডত আক্ৰান্ত হ’ল 87 গৰাকী লোক ৷ জিলাখনৰ ক’ভিড-19ত আক্ৰান্ত হৈ থকা মুঠ ৰোগীৰ সংখ্যা 2153 গৰাকী ৷

sundays-covid-update-of-nalbari
দেওঁবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য

নলবাৰী, 16 মে': ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত আক্ৰান্ত হৈছে 3450 গৰাকীকৈ লোক । দেওবাৰৰ দিনটোত নলবাৰীত ক’ভিডত আক্ৰান্ত হ’ল 87 গৰাকী । বৰ্তমান জিলাখনত ক’ভিড-19ত আক্ৰান্ত হৈ থকা মুঠ ৰোগীৰ সংখ্যা 2153 গৰাকী ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনৰ হোম আইচ'লেশ্যনত থকা মুঠ ৰোগীৰ সংখ্যা হ’ল 1863 গৰাকী ।

দেওবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য

আনহাতে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 97 গৰাকী, বেলশৰ মডেল হাস্পতালত 29 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত 29 গৰাকী, মহাত্মা গান্ধী মোডেল হাস্পতাল খাটিকুছিত 38 গৰাকী আৰু নতুনকৈ সাৰথি হাস্পতালত 22 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।

তদুুপৰি, জিলাখনৰ 75 গৰাকী ক’ভিড ৰোগী উন্নত চিকিৎসাৰ বাবে জি এম চি এইছ, এম এম চি এইছ আৰু কালাপাহাৰস্থিত ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :পানী খাবলৈ পোতা দমকলত দাউ দাউকৈ জ্বলিছে জুই

Last Updated : May 17, 2021, 6:29 AM IST

ABOUT THE AUTHOR

...view details