নলবাৰী, 20 নৱেম্বৰঃ বিগত দিনত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া চোৰাং বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ এই অভিযোগৰ ভিত্তিতে এক গোপন সূত্ৰৰ পম খেদি নলবাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা জিলাখনৰ হৰিপুৰত অভিযান চলায় ৷
নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ - নলবাৰী আৰক্ষী
নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া চোৰাং বেহা সম্পৰ্কত এক গোপন সূত্ৰৰ পম খেদি নলবাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা হৰিপুৰত অভিযান চলায় ৷ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে আটক কৰে এজন সৰবৰাহকাৰীক ।

বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ নলবাৰী আৰক্ষীৰ
অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে আটক কৰে এজন সৰবৰাহকাৰীক । আৰক্ষীয়ে সদৰি কৰা মতে, সৰবৰাহকাৰীজনৰ নাম উত্তৰ হৰিপুৰৰ ৰফিক আহমেদ ।