অসম

assam

ETV Bharat / state

নলবাৰীত মহা শিৱৰাত্ৰি পূজাৰ বিশাল আয়োজন - ETV BHARAT

পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু মংগলময় ধ্বনিৰে মুখৰ হৈ পৰিছে নবীন তামুলী কৃষি পামৰ শিৱ মন্দিৰত ৪০ তম শিৱপূজা

SHIVARATRI AT NALBARI

By

Published : Mar 4, 2019, 7:33 PM IST

Updated : Mar 4, 2019, 7:40 PM IST

নলবাৰী, ৪ মাৰ্চ: আজি মহাশিৱৰাত্ৰী । দেৱা দি দেৱ মহাদেৱৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ নলবাৰীতো উলহ-মালহেৰে আৰম্ভ হ'ল মহাশিৱৰাত্ৰীৰ মহাআয়োজন ।মহাদেৱৰ শ্ৰী চৰণত আশীষ বিচাৰি ভক্তগণে কৰিছে পূজা-অৰ্চনা । পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু মংগলময় ধ্বনিৰে মুখৰ হৈ পৰিছেজিলাখনৰ নবীন তামুলী কৃষি পামৰ শিৱ মন্দিৰত ৪০ তম শিৱপূজা।পুৱাৰে পৰা শিৱধামখনত দেখিবলৈ পোৱা গ'ল ভক্তৰ লানি নিছিগা সোঁত ।

SHIVARATRI AT NALBARI

এদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা এই শিৱৰাত্ৰীত নাগাৰা নাম প্ৰদৰ্শনেৰে মন্দিৰৰ চৌপাশ মুখৰিত হৈ পৰে ।

উল্লেখ্য যে, এই অসমীয়া চলচিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা নিপন গোস্বামী আৰু চেতনা দাসে । চেতনা দাসে তেওঁৰ সুন্দৰ অভিনয়েৰে উপস্থিত ভক্ত সকলৰ মাজত হাঁহিৰ খোৰাক যোগায় ।

Last Updated : Mar 4, 2019, 7:40 PM IST

ABOUT THE AUTHOR

...view details