অসম

assam

নলবাৰীত উদযাপন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱস

By

Published : Jan 26, 2021, 1:12 PM IST

Updated : Jan 26, 2021, 7:15 PM IST

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী আৰক্ষী ছাউনীত উদযাপন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস ৷ মন্ত্ৰী ভৱেশ কলিতাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ খতিয়ানেৰে ভাষন প্ৰদান কৰে ৷

নলবাৰীত উদযাপন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱস
নলবাৰীত উদযাপন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱস

নলবাৰী, 26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস ৷ তাৰ সমান্তৰাল ভাৱে নলবাৰীটো উদযাপন কৰা হ'ল গণৰাজ্য দিৱস ৷ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী আৰক্ষী ছাউনীত উদযাপন কৰা হ'ল গণৰাজ্য দিৱস ৷ অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ খতিয়ানেৰে ভাষন প্ৰদান কৰা মন্ত্ৰী ভৱেশ কলিতাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা ৷

নলবাৰীত উদযাপন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱস

উল্লেখ্য যে,নলবাৰী জিলা উপায়ুক্ত পূৰবী কোঁৱৰৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠানৰে জীপাল হৈ পৰে নলবাৰী আৰক্ষী ছাউনী ৷ উপায়ুক্ত গৰাকীয়ে বিগত বছৰৰ নলবাৰী জিলাৰ বিভিন্ন আঁচনিৰ কথা প্ৰকাশ কৰাৰ লগতে সকলোৰে সহায় সহযোগিতা বিচাৰে ৷

নলবাৰীত উদযাপন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱস
লগতে পঢ়ক:কলগাছিয়াত ৭২তম গণৰাজ্য দিৱস উৎযাপন
Last Updated : Jan 26, 2021, 7:15 PM IST

ABOUT THE AUTHOR

...view details