অসম

assam

ETV Bharat / state

মংগলবাৰৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰী ৰাস মহোৎসৱ

তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ নলবাৰী ৰাস মহোৎসৱ । এইবাৰ ১৩০০ টা মৃন্ময় মূৰ্তি উপস্থাপন কৰিব ৰাস উদযাপন সমিতিয়ে

নলবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

By

Published : Nov 11, 2019, 11:13 PM IST

Updated : Nov 23, 2019, 6:51 PM IST

নলবাৰী, 11 নৱেম্বৰঃ নলবাৰী ৰাস মহোৎসৱৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাস উদযাপন সমিতি । ইতিমধ্যে তেৰ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মংগলবাৰৰ পৰা ৰাস মহোৎসৱ আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উদযাপন সমিতিয়ে । এইবেলি ১৩০০ টা মৃন্ময় মূৰ্তি উপস্থাপন কৰিব ৰাস উদযাপন সমিতিয়ে । ১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱে এইবাৰ ৮৬ বৰ্ষত ভৰি দিব । ৰাস মহোৎসৱ উদ্ধোধন কৰিব অসমৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

নলবাৰীত ৰাস মহোৎসৱৰ প্ৰস্তুতি
Last Updated : Nov 23, 2019, 6:51 PM IST

ABOUT THE AUTHOR

...view details