নলবাৰী, 2 ছেপ্তেম্বৰঃদেওবাৰে নিশা নলবাৰীৰ বানেকুছিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ স্থানীয় লোকে বুঢ়াদিয়া নদীত মাছ মাৰি থাকোতে জালত লাগে অজগৰডাল ৷
নলবাৰীৰ বানেকুছিত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - বানেকুছি
নদীত মাছ মাৰি থাকোতে জালত পৰে অজগৰডাল
প্ৰকাণ্ড অজগৰ উদ্ধাৰ
বানেকুছিৰ এজন স্থানীয় যুৱকে অজগৰডাল উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে ৷ ইপিনে নিশা অজগৰ ডাল চাবলৈ ঘটনাস্থলীত ৰাইজে ভিৰ কৰে ৷