পাঠশালা 15 মে’:পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ ছাত্ৰ তথা পাঠশালা কালিঘাট নিবাসী হীৰকজ্যোতি চৌধুৰীয়ে নৱম স্থান লাভ কৰি পাঠশালাৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ৷ ছাত্ৰগৰাকীয়ে এই সাফল্যত আনন্দিত হোৱাৰ উপৰি এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ ভৱিষ্যতে হীৰকজ্যোতিয়ে পাঠশালাৰ বজালী মহাবিদ্যালয় বা আনন্দৰাম বৰুৱা একাডমিত নামভৰ্তি কৰিব বুলি জনায় ।
নৱম স্থানত উজলিল পাঠশালাৰ হীৰকজ্যোতি - আনন্দৰাম বৰুৱা একাডমি
ছাত্ৰগৰাকীয়ে এই সাফল্যত আনন্দিত হোৱাৰ উপৰি এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ ভৱিষ্যতে হীৰকজ্যোতিয়ে পাঠশালাৰ বজালী মহাবিদ্যালয় বা আনন্দৰাম বৰুৱা একাডমিত নামভৰ্তি কৰিব বুলি জনায় ।

নৱম স্থানত উজলিল পাঠশালাৰ হীৰকজ্যোতি
নৱম স্থানত উজলিল পাঠশালাৰ হীৰকজ্যোতি
লগতে পঢ়ক: শীৰ্ষত নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা
ভবিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱা আশা হীৰকজ্যোতিৰ ৷