নলবাৰী, 14 জুলাইঃৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো পোহৰলৈ আহিছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ ঘটনা ৷
জাপানীজ এনকেফেলাইটিছত টিহুত মৃত্যু এজনৰ - টিহু
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ টিহু মহকুমাৰ নান্নাট্টাৰী গাঁৱৰ নিৱাসী এগৰাকী সৰলা কলিতা নামৰ ৭০ বছৰীয়া মহিলা মৃত্যুমুখত পৰে ৷ ৩০ জুনত জ্বৰত আক্ৰান্ত হৈছিল বৃদ্ধাগৰাকী ৷ পিচত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
জাপানীজ এনচেফেলাইটিছত টিহুত মৃত্যু এজনৰ
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ টিহু মহকুমাৰ নান্নাট্টাৰী গাঁৱৰ নিৱাসী এগৰাকী সৰলা কলিতা নামৰ ৭০ বছৰীয়া মহিলা মৃত্যুমুখত পৰে ৷ ৩০ জুনত জ্বৰত আক্ৰান্ত হৈছিল বৃদ্ধাগৰাকী ৷ পিচত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল । শনিবাৰে চিকিৎসালয়ৰ পৰা বাসগৃহলৈ অনাৰ পাচত মহিলাগৰাকীৰ দেওবাৰে মৃত্যু হয় ৷