অসম

assam

ETV Bharat / state

নলবাৰীত 893 গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্তৰ সংখ্যা

নলবাৰীত ভয়ংকৰ হাৰত বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত নলবাৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে 139 গৰাকী ৷

নলবাৰীত 893 গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্ত সংখ্যা
নলবাৰীত 893 গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্ত সংখ্যা

By

Published : Apr 30, 2021, 9:52 PM IST

নলবাৰী, 30 এপ্ৰিল : 24 ঘণ্টাত নলবাৰীত ক'ভিডত আক্ৰান্তৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি পালে ৷ শুকুৰবাৰৰ দিনটোত নলবাৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে 139 গৰাকী ৷

নলবাৰীত 893 গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্ত সংখ্যা

জিলাখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত বৰ্তমান মুঠ 780 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে হোম আইচলেচনত থকা ক'ভিড ৰোগী সংখ্যা হৈছে 710 গৰাকী। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 48 গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: প্ৰতিষেধক লোৱাৰ পিছতো ছিপাঝাৰত কৰ'ণাত মৃত্যু শিক্ষকৰ

ABOUT THE AUTHOR

...view details