নলবাৰী আৰক্ষীৰ জালত দুই ঈৰাণী গ্ৰুপৰ সদস্য - আটক হল চোৰ
গৰু চুৰি, গাড়ী চুৰি আদি কাৰ্যত জড়িত দুই গভাইত চোৰ জালত পৰিল নলবাৰী আৰক্ষীৰ ৷ আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হ'ল চোৰ দুটা ৷
নলবাৰী আৰক্ষীৰ জালত দুই ঈৰাণী গ্ৰুপৰ সদস্য
নলবাৰী , 12 চেপ্তেম্বৰঃ
- নলবাৰী আৰক্ষীৰ জালত পৰিল দুই ঈৰাণী চোৰ
- চোৰ দুটাৰ নাম নাজিম আলি আৰু নজিবুল হক
- গৰু চুৰি, গাড়ী চুৰি আদি কাৰ্যত জড়িত আছিল গভাইত চোৰ দুটা
- ধৃত চোৰ দুটাৰ ঘৰ নলবাৰীৰ কালাকুচিত
- নলবাৰী জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হল চোৰ দুটা
- কিছু দিনৰ পৰা নলবাৰী আৰক্ষীৰ টোপনি হৰিছিল ধৃত ঈৰাণী চোৰ দুটাই