নলবাৰী, 7 অক্টোবৰ :বুধবাৰে নলবাৰী পৌৰসভাৰ কাৰ্যালয়ত স্থানীয় বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত মুকলি কৰা হয় দুমহলীয়া ভৱন ।
উল্লেখ্য যে,দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্য কৰি অহা ভৱনটো চৰকাৰী ধনৰ অভাৱত সম্পূৰ্ণ হোৱা নাছিল যদিও বিধায়ক গৰাকীৰ তৎপৰতাত বুধবাৰে ভৱনটো মুকলি কৰাত উৎফুল্লিত হৈ পৰে পৌৰসভাৰ কৰ্মচাৰী সকল ।