অসম

assam

ETV Bharat / state

নলবাৰীৰ দুৰ্গা মন্দিৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ ! - নলবাৰী জিলাৰ বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত

নলবাৰী জিলাৰ বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল যুৱতীৰ মৃতদেহ।

নলবাৰী বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ
নলবাৰী বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ

By

Published : May 5, 2020, 10:01 AM IST

নলবাৰী, 5 মে :তৃতীয় পৰ্যায়ৰ লক্​ ডাউনৰ মাজতে নলবাৰী জিলাৰ বাটসৰ দুৰ্গা মন্দিৰৰ চৌহদত সোমবাৰে সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ নিশা প্ৰায় 8:30 বজাত দুৰ্গা মন্দিৰৰ চৌহদত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ ৷ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

নলবাৰী বাটসৰ দুৰ্গা মন্দিৰৰ সমুখত উদ্ধাৰ যুৱতীৰ মৃতদেহ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details