নলবাৰী, 6 মে’: সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । সমান্তৰালকৈ নলবাৰী জিলাতো বৃদ্ধি পাইছে কৰ'ণা ৰোগী । নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1808 গৰাকীলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বৃহস্পতিবাৰৰ দিনটোত মুঠ 134 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷
নলবাৰীত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে 134 গৰাকী - corona virus
নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1808 গৰাকীলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বৃহস্পতিবাৰৰ দিনটোত মুঠ 134 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷
নলবাৰীত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে 134 গৰাকী
আক্ৰান্ত সকলৰ 1164 গৰাকীয়েই হোম আইচলেচনত আছে । তাৰোপৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 87 গৰাকী আৰু বেলশৰ মডেল হাস্পতালত 31 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক: নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ