নলবাৰী,5 মে’: ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ দ্বিতীয় ঢৌৰ ত্ৰাস ৷ ৰাজ্যৰ অন্যান্য় জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ নলবাৰীত চলিত বৰ্ষত মুঠ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,674 গৰাকী । ইয়াৰে বুধবাৰৰ দিনটোতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 221 গৰাকী লোক । জিলাখনত এই পৰ্যন্ত কৰ’ণাৰ 1,014 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷
বুধবাৰৰ দিনটোত নলবাৰীত কৰ’ণাত আক্ৰান্ত 221 গৰাকী
নলবাৰীত চলিত বৰ্ষত মুঠ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে 1,674 গৰাকী । ইয়াৰে বুধবাৰৰ দিনটোতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 221 গৰাকী লোক । জিলাখনত এই পৰ্যন্ত কৰ’ণাৰ 1,014 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷
বুধবাৰৰ দিনটোত নলবাৰীত কৰ’ণাত আক্ৰান্ত 221 গৰাকী
নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 91 গৰাকীৰ লগতে বেলশৰ মডেল হাস্পতালত 31 গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা প্ৰকাশ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷