অসম

assam

ETV Bharat / state

চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ - নলবাৰী

স্বাস্থ্য বিভাগ তথা চিকিৎসাকৰ্মীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা COVID ৰোগী সকল ।

চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ
চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ

By

Published : Jul 10, 2020, 7:09 PM IST

নলবাৰী, 10 জুলাইঃকৰ'ণা আক্ৰান্ত ৰোগীৰ প্ৰতিবাদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত । চিকিৎসাকৰ্মীৰ বিৰুদ্ধে ক্ষোভিত হৈ COVID আক্ৰান্ত ৰোগী সকলে এই প্ৰতিবাদ কৰে ।

চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ

ৰোগী সকলে কৰা অভিযোগ অনুসৰি তেওঁলোক থকা কোঠাসমূহ প্ৰতিদিনে পৰিষ্কাৰ নকৰে । ইয়াৰ ওপৰিও তেওঁলোকক ছাফাই কৰ্মীৰ হতুৱাই খাদ্য সামগ্ৰী প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে । যাৰ বাবে ৰোগী সকল অধিক ক্ষোভিত হৈ প্ৰতিবাদত নামে ।

ৰোগী থকা কোঠা নিয়মীয়াকৈ চেনিটাইজেচন কৰাৰ লগতে চাফ-চিকুণ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰী ৰোগী সকলে ।

লগতে পঢ়কঃকৰ'ণাত আক্ৰান্ত মহানগৰীৰ সাতগাঁও আৰক্ষী চকীৰ 16 গৰাকী লোক

ABOUT THE AUTHOR

...view details