নলবাৰী,14 আগষ্টঃবেদখল উচ্ছেদ কৰাৰ দাবীত শুকুৰবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰীত আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷ পশ্চিম নলবাৰীৰ পুখুৰাৰ প্ৰায় সাতশ বিঘা কৃষি ভূমি বেদখল মুক্ত কৰাৰ দাবী আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ এই প্ৰতিবাদী কাৰ্যসূচী ৷
নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - খিলঞ্জীয়া স্থানীয় কৃষকক সংস্থাপন
পশ্চিম নলবাৰীৰ পুখুৰাৰ প্ৰায় সাতশ বিঘা কৃষি ভূমি বেদখল মুক্ত কৰাৰ দাবী আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ৷

নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
ইপিনে ভূ-মাফিয়াৰ কবলত থকা সাতশ বিঘা কৃষি ভূমি বেদখল মুক্ত কৰি খিলঞ্জীয়া স্থানীয় কৃষকক সংস্থাপন কৰাৰ ব্যৱস্থা কৰিবলৈও প্ৰতিবাদকাৰী সকলে দাবী জনায় ৷
লগতে পঢ়কঃ টীয়কত আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট