অসম

assam

By

Published : Mar 12, 2019, 2:46 PM IST

ETV Bharat / state

নলবাৰীত পথ দুৰ্ঘটনাত; নিহত এজন

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বৃদ্ধ । নিহত ব্যক্তিজন দলুৱাৰৰ মাধৱ কলিতা(৫৫) বুলি চিনাক্ত কৰা হৈছে ।

NALBARI ACCIDENT

নিউজ ডেস্ক,12 মাৰ্চ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বৃদ্ধলোক । নিহত ব্যক্তিজন দলুৱাৰৰ মাধৱ কলিতা(৫৫) বুলি চিনাক্ত কৰা হৈছে ।

NALBARI ACCIDENT

ঘটনাৰ বিৱৰণী মতে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ জাজিয়াবাৰী চকত মাধৱ কলিতা নামৰ লোকজন পথ পাৰ হ'ব লওঁতেই এখন নম্বৰ প্লেট বিহীন বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয় ।

ABOUT THE AUTHOR

...view details