নলবাৰী,3 জুনঃসাম্প্ৰতিক সময়ত COVID-19ৰ যুঁজখনত নিজৰ জীৱনকো তুচ্ছ কৰি সংবাদ প্ৰেৰণ কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহা সাংবাদিক সকলক বুধবাৰে নলবাৰী জিলা ছাত্র সন্থাই কৃতজ্ঞতা পত্ৰৰ লগতে গামোছা মাস্ক প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে । কেৱল সাংবাদিককেই নহয় আৰক্ষী,চিকিৎসক,নাৰ্চৰ লগতে COVID-19ৰ লগত জড়িত ব্যক্তিসকলক সম্বৰ্ধনা জনায় নলবাৰী জিলা ছাত্ৰ সন্থাই ৷ ইয়াৰ উপৰিও ঢুলীয়া,ওজাপালিৰ লগতে বিভিন্ন শিল্পীক সাহাৰ্য দিয়াৰ বাবে দাবী উত্থাপন কৰে নলবাৰী জিলা ছাত্র সন্থাই।
নলবাৰী জিলা ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে কৰ'ণা যোদ্ধাক - corona warrior of nalbari
নলবাৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই কৰ'ণা যোদ্ধা অৰ্থাৎ নলবাৰী জিলাৰ আৰক্ষী,চিকিৎসক,নাৰ্চৰ লগতে COVID-19ৰ লগত জড়িত ব্যক্তিসকলক জ্ঞাপন কৰিলে বিশেষ সম্বৰ্ধনা ৷
![নলবাৰী জিলা ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে কৰ'ণা যোদ্ধাক nalbari-aasu-gratitude-towards-corona-warrior-of-nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7459321-thumbnail-3x2-a.jpg)
নলবাৰী জিলা ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে কৰ'ণা যোদ্ধাক
নলবাৰী জিলা ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে কৰ'ণা যোদ্ধাক
লগতে পঢ়কঃ পুনৰ মুকলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষ