নলবাৰী,23 মেঃ লক ডাউনৰ সময়ত এতিয়া শিল্পী সমাজৰ একপ্ৰকাৰ পানীত হাহঁ নচৰা অৱস্থা ৷ কি অভিনেতা,কি ঢুলীয়া,কি নাগাৰা নামৰ শিল্পী এতিয়া এমুঠি অন্নৰ বাবে যেন হাহাঁকাৰ কৰিব লগা হৈছে সকলোৱে ৷ একমাত্ৰ নামনি অসমত সৃষ্টি হোৱা নাগৰা নামৰ শিল্পী সকলে লক ডাউনৰ পিছৰে পৰা বিগত তিনি মাহে কোনো অনুষ্ঠানত নিমন্ত্ৰণ লাভ নকৰাৰ বাবে আৰ্থিক সংকটে দেখা দিছে । সেয়েহে তেওঁলোকে চৰকাৰক এইক্ষেত্ৰত কিছু সহায় আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে ।
আৰ্থিক সংকটৰ সন্মুখীন নাগৰা নামৰ শিল্পী - অসম লক ডাউন
একমাত্ৰ নামনি অসমত সৃষ্টি হোৱা নাগৰা নামৰ শিল্পী সকলে লক ডাউনৰ পিছৰে পৰা বিগত তিনি মাহে কোনো অনুষ্ঠানত নিমন্ত্ৰণ লাভ নকৰাৰ বাবে আৰ্থিক সংকটে দেখা দিছে ।

আৰ্থিক সংকটৰ সন্মুখীন নাগৰা নামৰ শিল্পী