অসম

assam

ETV Bharat / state

মুকালমুৱা চিকিৎসালয়ত অঘটন

মুকালমুৱা চিকিৎসালয়ত অঘটন ৷অচিনাক্ত দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰিলে চিকিৎসালয়ৰ কোঠা

মুকালমুৱা চিকিৎসালয়ত অঘটন

By

Published : Aug 8, 2019, 5:10 PM IST

নলবাৰী,8 জুলাই :

  • মুকালমুৱা চিকিৎসালয়ত অঘটন
  • লণ্ড ভণ্ড চিকিৎসালয়ৰ কোঠা
  • দিনদুপৰতে ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত দুৰ্বৃত্তৰ
  • দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী বৰক্ষেত্ৰী আছুৰ
    মুকালমুৱা চিকিৎসালয়ত অঘটন ৷ লণ্ড ভণ্ড কৰিলে চিকিৎসালয়ৰ কোঠা অচিনাক্ত দূৰ্বৃত্তই
  • আৰক্ষীয়ে চিকিৎসালয় খনত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
  • চিকিৎসালয় খনত চৰম নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ চিকিৎসক-কৰ্মচাৰী সকলৰ
  • শীঘ্ৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ দাবী চিকিৎসক-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ তথা বৰক্ষেত্ৰী আছুৰ

ABOUT THE AUTHOR

...view details