নলবাৰী , 18 এপ্ৰিল :আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মায়েও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ 8 নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ 551 নং বৰকুৰা প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰে নলবাৰী সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷
নলবাৰীত বিধায়ক অশোক শৰ্মাৰ ভোটদান - অশোক শৰ্মা
মঙলদৈ লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ লানি নিছিগা শাৰী ৷ 8 নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ 551 নং বৰকুৰা প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে ৷
নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ ভোটদান
ইপিনে উক্ত ভোট গ্ৰহণ কেন্দ্ৰটোত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী পৰলক্ষিত হৈছে ৷ নতুন ভোটাৰৰ লগতে বৃদ্ধা ভোটাৰকো দেখা গৈছে এই ভোট গ্ৰহণ কেন্দ্ৰটোত ।