নলবাৰী, 22 জানুৱাৰী : নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ । মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে নলবাৰী যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । চহৰৰ মাজ মজিয়াৰ থানা চকত দাহন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ৷
নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ - যুৱ কংগ্ৰেছ
নলবাৰীত প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷
নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ
নলবাৰী জিলাৰ শতাধিক যুৱ কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷