নলবাৰী, 21 মে‘: ভাৰতীয় ৰেড ক্ৰচ ছ'চাইটি নলবাৰী জিলা শাখাই পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সাংবাদিক সকলক বুধবাৰে দুটা হাইজেনিক কিট প্ৰদান কৰে ৷ কৰ‘ণা ভাইৰাছৰ দৰে মহামাৰীৰ পৰা সাংবাদিক সকলে নিজকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেৰে ভাৰতীয় ৰেড ক্ৰচ ছ'চাইটিৰ নলবাৰী জিলা শাখাই পশ্চিম নলবাৰীৰ সাংবাদিক সকলক উক্ত কিট প্ৰদান কৰে ৷ বুধবাৰে ৰেড ক্ৰচ ছ'চাইটিৰ হৈ উক্ত কিট প্ৰদান কৰে নলবাৰী জিলা শাখাই ৷
নলবাৰী প্ৰেছ ক্লাবৰ সাংবাদিককলৈ হাইজেনিক কিট ভাৰতীয় ৰেড ক্ৰচ ছ'চাইটিৰ - পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সাংবাদিক
কৰ‘ণা ভাইৰাছৰ দৰে মহামাৰীৰ পৰা সাংবাদিক সকলে নিজকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেৰে ভাৰতীয় ৰেড ক্ৰচ ছ'চাইটিৰ নলবাৰী জিলা শাখাই পশ্চিম নলবাৰীৰ সাংবাদিক সকলক হাইজেনিক কিট প্ৰদান কৰে ৷

নলবাৰী প্ৰেছ ক্লাবৰ সাংবাদিককলৈ হাইজেনিক কিট ভাৰতীয় ৰেড ক্ৰচ ছ'চাইটিৰ
নলবাৰী প্ৰেছ ক্লাবৰ সাংবাদিককলৈ হাইজেনিক কিট ভাৰতীয় ৰেড ক্ৰচ ছ'চাইটিৰ
ইপিনে উক্ত শাখাটোৱে ৮ মে‘ৰ পৰা বিশ্ব ৰেড ক্ৰচ ছ'চাইটিৰ লগত সংগতি ৰাখি নলবাৰী জিলাত বহু দুখীয়া পৰিয়ালৰ মাজত বাচন বৰ্তন দি সহায়ৰ হাত আগবঢ়ায় ৷
লগতে পঢ়ক : ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 188 জন