অসম

assam

ETV Bharat / state

বৰক্ষেত্ৰীত এনএছইউআইৰ বিনামূলীয়া মাস্ক বিতৰণ - NSUI

কৰ’ণাৰ বিৰুদ্ধে সজাগ হোৱাৰ লগতে সাৱধানতা অৱলম্বন কৰি চলিবলৈ দেওবাৰে বৰক্ষেত্ৰী ব্লক এনএছইউআইৰ উদ্যোগত বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তত বিনামূলীয়া মাস্ক বিতৰণ কৰা হয় ৷

Free musk distribution nsui at different parts of barkhetri
বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তত বিনামূলীকৈ মাস্ক বিতৰণ এনএছইউআইৰ

By

Published : May 31, 2021, 1:21 PM IST

নলবাৰী,31 মে':দেওবাৰে বৰক্ষেত্ৰী ব্লক এনএছইউআইৰ উদ্যোগত বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তৰ লগতে মুকালমুৱা বজাৰত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হয় ৷ মুকালমুৱা বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী, ই-ৰিক্সা চালক, পথচাৰীসকলক একোখনকৈ মাস্ক বিতৰণ কৰি কৰ'ণাৰ বিৰুদ্ধে সজাগ হোৱাৰ লগতে সাৱধানতা অৱলম্বন কৰি চলিবলৈ অনুৰোধ জনাই সদস্যসকলে ৷

বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তত বিনামূলীকৈ মাস্ক বিতৰণ এনএছইউআইৰ

লগতে চৰকাৰে জাৰি কৰা প্ৰতিটো নিৰ্দেশনা মানি চলাৰ লগতে সকলোকে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই এনএছইউআইৰ সদস্য়সকলে ৷ সংগঠনটোৰ এনে সজাগতামূলক কামৰ বাবে বৰক্ষেত্ৰীৰ সচেতন লোকসকলে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক:মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী

ABOUT THE AUTHOR

...view details