নলবাৰী, 19 জুনঃনলবাৰীত কংগ্ৰেছী সদস্যৰ প্ৰশংসনীয় কাৰ্য। ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে নলবাৰী জিলা কংগ্ৰেছৰ সদস্যৰ সকলে বিভিন্ন লোকৰ মাজত বিতৰণ কৰে বিনামূলীয়াকৈ মাস্ক । আজি ৫০ সংখ্য়ক জন্মদিনত ভৰি থয় কংগ্ৰেছী নেতা গৰাকীয়ে ।
ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে নলবাৰীত কংগ্ৰেছৰ মাস্ক বিতৰণ - ৰাহুল গান্ধীৰ জন্মদিন
ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে নলবাৰীত কংগ্ৰেছী সদস্যৰ বিনামূলীয়াকৈ মাস্ক বিতৰণ ।
![ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে নলবাৰীত কংগ্ৰেছৰ মাস্ক বিতৰণ free mask distribution at Nalbari for Rahul Gandhi's Birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7684973-524-7684973-1592569243557.jpg)
free mask distribution at Nalbari for Rahul Gandhi's Birthday
ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষ্য়ে নলবাৰীত কংগ্ৰেছৰ মাস্ক বিতৰণ
বিভিন্ন লোকৰ লগতে নলবাৰীৰ সাৰথি আৰু শান্তি নিৱাস অনাথ আশ্ৰমতো বিনামূলীয়াকৈ বিতৰণ কৰা হয় মাস্ক ছেনিটাইজাৰ । এই শুভ কামত কংগ্ৰেছী সদস্য সকলক সংগ দিয়ে ৰাজ্যিক সম্পাদক প্ৰদ্যুৎ ভূঞা, নলবাৰী কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে ।
লগতে চাওকঃ ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?