অসম

assam

ETV Bharat / state

Free health camp in Nalbari: নলবাৰীৰ হৰি মন্দিৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ - Free health camp at Nalbari

অতি সম্প্ৰতি কিডনী ৰোগত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছে (Kidney disease awareness camp at Nalbari) । এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে নলবাৰীৰ হৰি মন্দিৰ সমিতিৰ সহযোগত দেওবাৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । এই শিবিৰত শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা বুলি সদৰী কৰিছে উদ্যোক্তাসকলে ।

Free health camp in Nalbari
নলবাৰীৰ হৰি মন্দিৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ

By

Published : Dec 11, 2022, 3:05 PM IST

নলবাৰীৰ হৰি মন্দিৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ

নলবাৰী, ১১ডিচেম্বৰ:ইউৰ'লোজী এণ্ড কিডনী ডিজিজৰ উদ্য়োগত নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগনত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় (Free health camp at Nalbari)। ইষ্টাৰ্ন ষ্টোন এণ্ড কিডনী ফাউণ্ডেচন আৰু নলবাৰী হৰি মন্দিৰ সমিতিৰ সহযোগত আয়োজিত হয় এই বিনামূলীয়া স্বাস্থ্য শিবিৰ ।

নলবাৰীৰ হৰি মন্দিৰ সমিতিৰ সহযোগত দেওবাৰে পুৱা ১০ বজাৰ পৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় (Free health camp at Nalbar Hari Mandir)। অসম তথা উত্তৰ পূৱৰ কিডনী ষ্টোনত আক্ৰান্ত ৰোগীয়ে যাতে চিকিৎসাৰ বাবে বহি:ৰাজ্যলৈ যাব লগীয়া নহয় তাৰ বাবে কম ব্য়য়তে ইউৰোল'জী হাস্পতালখনত চিকিৎসা সেৱা লাভ কৰিব বুলি কয় ইউৰোল'জী বিশেষজ্ঞ সকলে ।

আজি নলবাৰীৰ লগতে দাঁতিকাষৰীয়া হাজো শুৱালকুছি,বাইহাটা আদিৰ পৰা অহা শতাধিক লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা বুলি সদৰি কৰিছে উদ্যোক্তা তথা ইউৰোল'জী বিশেষজ্ঞ সকলে । বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসক,জ্যেষ্ঠ নাগৰিকৰ লগতে উপস্থিত থাকে হৰি মন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকা ।

লগতে পঢ়ক:Hauri lua tradition of Assam : শিলপুটাত আঘোণী পথাৰত জাক জাক দাৱনীয়ে লৈছে হাউৰি

ABOUT THE AUTHOR

...view details