নলবাৰী, 19 চেপ্তেম্বৰঃ সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে নলবাৰী জিলাৰ মুকালমুৱাত বাঘ হাজৰিকা ঐক্য মঞ্চ বৰক্ষেত্ৰী আঞ্চলিক সমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মুকালমুৱা থানাৰ সন্মুখত শনিবাৰে হিন্দুত্ববাদী নেতাজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ কৰে সংগঠনটোৱে ।
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল - FIR against Satyaranjan Borah at Nalbari
সত্যৰঞ্জন বৰাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত মুকালমুৱা থানাৰ সম্মুখত প্ৰতিবাদ ৷
![সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল FIR against Satyaranjan Borah at Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8863346-375-8863346-1600526069815.jpg)
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল
ইপিনে শনিবাৰে বিৰ্তকিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে মুকালমুৱা থানাত এজাহাৰ দাখিল কৰে বাঘ হাজৰিকা ঐক্য মঞ্চ বৰক্ষেত্ৰী আঞ্চলিক সমিটিয়ে ।
লগতে পঢ়কঃহোজাইত দুৰ্ভগীয়া পৰিয়ালক আইন সেৱা প্ৰাধিকৰণৰ এককালীন সাহাৰ্য প্ৰদান