- নলবাৰীৰ ৰাসত দুৰ্বৃত্তৰ অতপালি
- সোমবাৰে নিশা নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙিলে উপায়ুক্ত গীতিমনি ফুকনৰ গাড়ী(DC car vandalised)
- জিলা উপায়ুক্তগৰাকীৰ গাড়ীৰ আইনা ভাঙি চুড়মাৰ নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙিলে উপায়ুক্তৰ গাড়ী
- ৰাসথলীত হেমামালিনী উপস্থিত হোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা
- ড্ৰীম গাৰ্লগৰাকীক চাবলৈ লোকাৰণ্য হৈ পৰিছিল সমগ্ৰ নলবাৰী চহৰ
- এই ঘটনাৰ পিছতে আৰক্ষীৰ নিৰাপত্তাক এতিয়া প্ৰশ্ন উত্থাপন হৈছে
DC car vandalised: নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙিলে উপায়ুক্তৰ গাড়ী - DC car vandalised by miscreants in Nalbari Raas
সোমবাৰে নিশা নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙি চুড়মাৰ কৰিলে জিলা উপায়ুক্তৰ গাড়ী (DC car vandalised by miscreants in Nalbari Raas ) ৷
![DC car vandalised: নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙিলে উপায়ুক্তৰ গাড়ী Etv BharatDC car vandalised](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16933729-thumbnail-3x2-udh.jpg)
নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙিলে উপায়ুক্তৰ গাড়ী