অসম

assam

ETV Bharat / state

নলবাৰীত ৰিভলভাৰ সহ আটক ডকাইত

আটকাধীন ডকাইতজন লিয়াকৎ আলী

নলবাৰীত ৰিভলভাৰ সহ আটক ডকাইত

By

Published : Mar 15, 2019, 11:22 PM IST

নলবাৰী,15 মাৰ্চ : এটা ৰিভলভাৰ আৰু পাঁচ জাই গুলিসহ ডকাইত আটক মুকালমুৱা আৰক্ষীৰ ৷ এক গোপন সূত্ৰৰ পম খেদি ডকাইতটোক বৰপেটাৰ হাবি ৰাধাকুছিৰ পৰা আটক কৰে মুকালমুৱা আৰক্ষীয়ে ৷

নলবাৰীত ৰিভলভাৰ সহ আটক ডকাইত

সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত লিয়াকৎ আলী নামৰ এই ডকাইতটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ডকাইতজনে ৷

ABOUT THE AUTHOR

...view details