অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰীৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ - আৰ্থিকভাৱে দুৰ্বল

নলবাৰীৰ এগৰাকী ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ ৷ আৰ্থিকভাৱে দুৰ্বল লোকৰ মাজত কাপোৰ বিতৰণ কৰিলে ব্যৱসায়ী গৰাকীয়ে ৷

clocth-distribute-by-a-nalbari-businessman-on-the-first-day-of-the-new-year
নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰীৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Jan 1, 2021, 9:51 PM IST

নলবাৰী, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰী জিলাৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ । জিলাখনৰ মৰোৱাৰ উদ্যমী যুৱক তথা ব্যৱসায়ী ৰিংকু বৰুৱাই আৰ্থিকভাৱে দুৰ্বল লোকক গৰম কাপোৰ প্ৰদান কৰি দাঙি ধৰিলে মানৱতাৰ নিদৰ্শন ৷

ৰিংকু বৰুৱাৰ মন্তব্য

ৰিংকু বৰুৱাই প্ৰায় 150 টা পৰিয়ালৰ মানুহৰ মাজত বিতৰণ কৰিলে কাপোৰ । উল্লেখ্য যে, লক ডাউনৰ সময়তো ব্যৱসায়ী গৰাকীয়ে সহস্ৰাধিক দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছিল ।

লগতে পঢ়ক :বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details