নলবাৰী, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰী জিলাৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ । জিলাখনৰ মৰোৱাৰ উদ্যমী যুৱক তথা ব্যৱসায়ী ৰিংকু বৰুৱাই আৰ্থিকভাৱে দুৰ্বল লোকক গৰম কাপোৰ প্ৰদান কৰি দাঙি ধৰিলে মানৱতাৰ নিদৰ্শন ৷
নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰীৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ - আৰ্থিকভাৱে দুৰ্বল
নলবাৰীৰ এগৰাকী ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ ৷ আৰ্থিকভাৱে দুৰ্বল লোকৰ মাজত কাপোৰ বিতৰণ কৰিলে ব্যৱসায়ী গৰাকীয়ে ৷
![নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰীৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ clocth-distribute-by-a-nalbari-businessman-on-the-first-day-of-the-new-year](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10083273-814-10083273-1609502278955.jpg)
নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰীৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ
ৰিংকু বৰুৱাৰ মন্তব্য
ৰিংকু বৰুৱাই প্ৰায় 150 টা পৰিয়ালৰ মানুহৰ মাজত বিতৰণ কৰিলে কাপোৰ । উল্লেখ্য যে, লক ডাউনৰ সময়তো ব্যৱসায়ী গৰাকীয়ে সহস্ৰাধিক দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছিল ।
লগতে পঢ়ক :বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত