অসম

assam

ETV Bharat / state

আজিও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰীৰ বান পৰিস্থিতি - Nlabari flood latest news

অনাহাৰে দিন কটাইছে বানাক্ৰান্তসকলে ৷ এই পৰ্যন্ত বছৰটোত ছয়বাৰকৈ বানে জুৰুলা কৰা সমষ্টিবাসীৰ কাষত কিন্তু এবাৰলৈ থিয় নহ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

Nalbari flood
নলবাৰীৰ বান পৰিস্থিতি

By

Published : Jul 17, 2020, 4:23 PM IST

নলবাৰী, 17 জুলাইঃআজিকোপতি সমষ্টিৰ বানাক্ৰান্ত সকলৰ খবৰ ল'বলৈ আহৰি নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। বৰ্তমানেও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰী জিলাৰ বান পৰিস্থিতি ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰ্তমানেও বানত প্লাৱিতশোলমাৰা,শুকেকুছিবাসী ৷ ফলত অনাহাৰে দিন কটাইছে বানাক্ৰান্তসকলে ৷ এই পৰ্যন্ত বছৰটোত ছয়বাৰকৈ বানে জুৰুলা কৰা সমষ্টিবাসীৰ কাষত কিন্তু এবাৰলৈ থিয় নহ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ এই সন্দৰ্ভত সংবাদ দাতাৰ এক প্ৰতিবেদন...

আজিও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰীৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details