অসম

assam

ETV Bharat / state

নলবাৰীৰ ৰাজপথত জ্বলন্ত ট্ৰেভেলাৰ

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন ৷ যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হয় এই ঘটনা

By

Published : Aug 7, 2019, 3:24 PM IST

বৰপেটাৰ ৰাজপথত জ্বলিল ট্ৰেভেলাৰ

নলবাৰী, 7 আগষ্টঃ বৰক্ষেত্ৰীৰ কাপলাবড়িত অঘটন ৷ ৰাজপথত দাও দাও কৈ জ্বলিল এখন যাত্ৰীবাহী ট্ৰেভেলাৰ ৷ হাজো মুকালমুৱা পথত সংঘটিত এই ঘটনা । গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল ট্ৰেভেলাৰ খন ৷ যান্ত্ৰিক বিজুতিৰ বাবে সংঘটিত হয় এই ঘটনা । অৱশেষত স্থানীয় ৰাইজ তথা অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । কথমপি প্ৰাণৰক্ষা যাত্ৰীসকলৰ । দুৰ্ঘটনাগ্ৰস্থ ট্ৰেভেলাৰ খনৰ নম্বৰ AS-01-FG-9332 ৷

বৰপেটাৰ ৰাজপথত জ্বলিল ট্ৰেভেলাৰ

ABOUT THE AUTHOR

...view details