অসম

assam

By

Published : Jan 10, 2020, 12:02 AM IST

ETV Bharat / state

নলবাৰী আৰক্ষীৰ হাতত আটক বাইক চোৰ

ইপিনে হাতে লোতে ধৰাত পৰা বাইক চোৰ হবিবুৰ ৰহমানে বাইকখন বন্ধকত ৰখা বুলিহে ব্যক্ত কৰে আৰক্ষীৰ আগত

আটক বাইক চোৰ
আটক বাইক চোৰ

নলবাৰী, 9 জানুৱাৰী: নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অভিযানত গ্ৰেপ্তাৰ হ'ল বাইক চোৰ । নলবাৰীৰ বৰাজোলত গ্ৰেপ্তাৰ হোৱা বাইক চোৰজন হবিবুৰ ৰহমান । গোপন সুত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষীয়ে চুৰি বাইক সহ কৰায়ত্ব কৰে বাইক চোৰ হবিবুৰ ৰহমানক । ইপিনে হাতে লোতে ধৰাত পৰা বাইক চোৰ হবিবুৰ ৰহমানে বাইকখন বন্ধকত ৰখা বুলিহে ব্যক্ত কৰে আৰক্ষীৰ আগত ৷ ধৃত ব্যক্তিজনৰ বিৰুদ্ধে ঘগ্ৰাপাৰ থানাই ১৪/২০ কেচ আৰু us-৩৭৯/৪১১/৪৬৪ নম্বৰত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাই ৷

আটক বাইক চোৰ

ABOUT THE AUTHOR

...view details