নলবাৰী, 11 ছেপ্টেম্বৰ : নলবাৰীত চিলনী চোৰৰ ত্ৰাস ৷ দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন । নলবাৰী চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা । নলবাৰী চহৰৰ এন টি ৰোডত বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা ঠপিয়াই লৈ গ’ল সোণৰ চেইন । চি চি কেমেৰাত বন্দী হৈ ৰৈছে চেইন কাঢ়ি নিয়া সমগ্ৰ ঘটনা ।
দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন - চিলনী চোৰ
নলবাৰী চহৰৰ এন টি ৰোডত বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা ঠপিয়াই লৈ গ’ল সোণৰ চেইন । চি চি কেমেৰাত বন্দী হৈ ৰ’ল চেইন কাঢ়ি নিয়া সমগ্ৰ ঘটনা ।
![দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন nalbari thief](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8758921-thumbnail-3x2-jhjh.jpg)
nalbari thief
মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে চেইন
বৰ্তমানেও কৰায়ত্ব কৰিব পৰা নাই এই দুই চিলনী চোৰক । এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে, দিনৰ পোহৰতো মহিলাৰ নিৰাপত্তা নোহোৱা হৈছে নলবাৰী চহৰত ।