নলবাৰী, 5আগষ্টঃ সমগ্ৰ দেশৰ বাবে বুধবাৰৰ দিনটো এক ঐতিহাসিক ক্ষণ । ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষ্যে নলবাৰীত বিজেপিৰ উদ্যোগত সমূহীয়া বন্তি প্ৰজ্বলন।
ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষ্যে নলবাৰীত বন্তি প্ৰজ্বলন - বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি
নলবাৰী থানা চকৰ গোল পাৰ্কৰ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন ৷
![ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষ্যে নলবাৰীত বন্তি প্ৰজ্বলন BHUMI PUJAN AT NALBARI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8309284-169-8309284-1596644279587.jpg)
ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষ্যে নলবাৰীত বন্তি প্ৰজ্বলন
ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষ্যে নলবাৰীত বন্তি প্ৰজ্বলন
নলবাৰীৰ থানা চকত ৰূপায়ণ কৰা এই কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ নবনিযুক্ত উপ-সভাপতি তথা পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত গ্ৰহণ কৰে । থানা চকৰ গোল পাৰ্কৰ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সম্মুখতে বন্তি প্ৰজ্বলন কৰি বিজেপি দলৰ সদস্য সকলে আনন্দ উল্লাস কৰা দেখা যায় ।
লগতে পঢ়কঃ এটি টেলিফ'নিক বাৰ্তালাপে হাহাকাৰ লগাইছে স্বাস্থ্য বিভাগত