অসম

assam

ETV Bharat / state

বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত বিধায়ক মনেশ্বৰ ব্ৰহ্ম - barama mla maneswar brahma at sripur dewalaya

বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত ঐতিহাসিকভাৱে পালিত দুৰ্গোৎসৱ ৷

বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ ঐতিহাসিক পূজা

By

Published : Oct 7, 2019, 10:38 AM IST

বৰমা, ৭ অক্টোবৰঃ বৰমাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত সোমবাৰে নৱমীৰ দিনা ৰাতিপুৱা ৭ বজাত পূজা মণ্ডপত বন্তি প্ৰজ্বলন কৰে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ উল্লেখ্য যে, পুৰাণ শ্ৰীপুৰ দেৱালয়ত ঐতিহাসিকভাৱে পালন কৰি অহা হৈছে এই পূজা ৷

শ্ৰীপুৰ দেৱালয়ত বন্তি প্ৰজ্বলন কৰিলে বিধায়ক মনেশ্বৰ ব্ৰহ্মই

নৱমীৰ পুৱাই মনেশ্বৰ ব্ৰহ্ম দেৱালয়খনত উপস্থিত হোৱাত স্থানীয় ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি হয় ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details