নলবাৰীত জগন্নাথ মন্দিৰত বুদ্ধ পূৰ্ণিমা পালন - বুদ্ধ পুৰ্ণিমা
১১৮ বছৰীয়া নলবাৰী বগুৰীহাটীৰ জগন্নাথ মন্দিৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে হোমযজ্ঞৰ আযোজন কৰা হয় । লগতে নিশা নাগাৰা নামৰ আযোজন কৰে উদযাপন সমিতিয়ে ।বুদ্ধ পুৰ্ণিমা উপলক্ষে মন্দিৰটোত পুৱাৰে পৰা যথেষ্টসংখ্যক ভক্তৰ সমাগম হয় ।
![নলবাৰীত জগন্নাথ মন্দিৰত বুদ্ধ পূৰ্ণিমা পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3319321-thumbnail-3x2-nalbari.jpg)
শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত বুদ্ধ পুৰ্ণিমা পালন
নলবাৰী, ১৮ মেঃ নলবাৰী বগুৰীহাটী বায়ন চুবুৰীৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে পালন বুদ্ধ পুৰ্ণিমা । ১১৮ বছৰীয়া নলবাৰী বগুৰীহাটীৰ জগন্নাথ মন্দিৰত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে হোমযজ্ঞৰ আযোজন কৰা হয় । লগতে নিশা নাগাৰা নামৰ আযোজন কৰে উদযাপন সমিতিয়ে ।বুদ্ধ পুৰ্ণিমা উপলক্ষে মন্দিৰটোত পুৱাৰে পৰা যথেষ্টসংখ্যক ভক্তৰ সমাগম হয় ।
শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত বুদ্ধ পুৰ্ণিমা পালন