'নিপা'ৰ আতংকৰ মাজতো বাদুলি সংৰক্ষণ গাঁওবাসীৰ - বাদুলি সংৰক্ষণ
এফালে নিপা' ভাইৰাচৰ আতংক, আনফালে বাদুলি সংৰক্ষণ
!['নিপা'ৰ আতংকৰ মাজতো বাদুলি সংৰক্ষণ গাঁওবাসীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3476330-1033-3476330-1559786753402.jpg)
'নিপা'ৰ আতংকৰ মাজতো বাদুলি সংৰক্ষণ গাঁওবাসীৰ
নলবাৰী, 5 জুনঃ যি সময়ত কেৰেলাকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে নিপা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে সেই সময়তে নলবাৰীৰ এখন গাঁৱৰ ৰাইজে বাদুলি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
নিপা আতংকৰ মাজতো বাদুলি সংৰক্ষণ চেংনৈ গাঁওবাসীৰ
Last Updated : Jun 6, 2019, 7:37 AM IST