নলবাৰী, 25 ডিচেম্বৰ:নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন বাইকত তিনিজনকৈ আৰোহী নলবাৰী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত এজন বাইক আৰোহীৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক ৷ নিহত লোকজনৰ নাম প্ৰবীন ৰাজবংশী বুলি জানিব পৰা গৈছে ৷
নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা - নিহত লোকজনৰ নাম প্ৰবীন ৰাজবংশী
নলবাৰী অভিমুখে গৈ থকা বাইক খনত আছিল তিনিজনকৈ আৰোহী ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত এজন বাইক আৰোহী লগতে গুৰুতৰভাৱে আহত হয় আন দুজন ৷
![নলবাৰীৰ জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5494254-thumbnail-3x2-kk.jpg)
নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
উল্লেখ্য যে, এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ বিযয়ে কোনো তথ্য লাভ কৰা নাই প্ৰশাসনৰ লোকে ৷ আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক:হায়দৰাবাদত আটক আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্ত
Last Updated : Dec 26, 2019, 9:07 AM IST