নলবাৰী, 25 মাৰ্চ : ৰাজ্যজুৰি বুধবাৰে আছুৱে জাতিধ্বংসী 'কা' ৰূপায়ণৰ দাবীত 11 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ নলবাৰীতো জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ সন্মুখত 'কা' বাতিলৰ দাবীত ৰূপায়ণ কৰে অনশন ৷
'কা'ৰ বিৰোধীতাৰে নলবাৰীত আছুৰ 11 ঘন্টীয়া অনশন - নলবাৰীতো জিলা ছাত্ৰ সন্থা
ৰাজ্যজুৰি বুধবাৰে আছুৱে জাতিধ্বংসী 'কা' ৰূপায়ণৰ দাবীত 11 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ নলবাৰীতো জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ সন্মুখত 'কা' বাতিলৰ দাবীত ৰূপায়ণ কৰে অনশন ৷
!['কা'ৰ বিৰোধীতাৰে নলবাৰীত আছুৰ 11 ঘন্টীয়া অনশন 'কা'ৰ বিৰোধীতাৰে নলবাৰীত আছুৰ 11 ঘন্টীয়া অনশন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11147842-thumbnail-3x2-aasu.jpg)
'কা'ৰ বিৰোধীতাৰে নলবাৰীত আছুৰ 11 ঘন্টীয়া অনশন
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত 'কা' বলবৎ কৰিব বিচৰাৰ কথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰাৰ পাচতে পুনৰ গৰজি উঠিছে আছু ৷
লগতে পঢ়ক :অখিল গগৈৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক জনতা