নলবাৰী,28 অক্টোবৰঃ নলবাৰী জিলাৰ তেৰেছিয়া গাঁৱত গঢ়লৈ উঠিছে এখন ব্যতিক্ৰমি পুথিভঁৰাল ৷ পাণ দোকান বুলিলে আমাৰ মনলৈ সাধাৰণতে আহে তামুল পাণ,গুটখা,আদি সামগ্ৰীয়ে পৰিপূৰ্ণ এখন দোকান ৷ কিন্তু ব্যতিক্ৰম এইখন দোকান স্থানীয় এটা উৎসাহ নামৰ এটা NGOই পাণ দোকান খনৰ কাষতে স্থাপন কৰিছে এটা পুথিভঁৰাল ৷
নলবাৰীৰ এটা NGOৰ প্ৰশংসনীয় প্ৰদক্ষেপ
উৎসাহ নামৰ NGO টোৱে স্থাপন কৰা পুথিভঁৰালটলৈ মুকলি ভাৱে পাণ দোকান খনলৈ অহা গ্ৰাহকে কিতাপৰ সুৱাস আৰু জ্ঞান লাভ কৰাৰ সুবিধা কৰিছে ।
নলবাৰীৰ এটা NGO ৰ প্ৰশংসনীয় প্ৰদক্ষেপ
উৎসাহ নামৰ NGO টোৱে স্থাপন কৰা পুথিভঁৰালটলৈ মুকলি ভাৱে পাণদোকান খনলৈ অহা গ্ৰাহকে কিতাপৰ সুৱাস আৰু জ্ঞান লাভ কৰাৰ সুবিধা কৰিছে । আনহাতে প্ৰতিদিনে এখনকৈ নিয়মীয়া বাতৰি কাকত ৰখাৰ ব্যৱস্থা কৰিছে। যাৰ জৰিয়তে দেশ বিদেশৰ খা-খবৰ লাভ কৰিব পাৰিব গ্ৰাহকে।