অসম

assam

By

Published : Sep 4, 2019, 8:04 PM IST

ETV Bharat / state

নলবাৰীত সলিল সমাধি কিশোৰৰ

নলবাৰীৰ কেন্দুকুছিত সলিল সমাধি কিশোৰৰ ৷ দ্বিগবিজয় নাথ নামৰ 12 বছৰীয়া কিশোৰজনৰ নিজৰ ঘৰৰ পুখুৰীত সলিল সমাধি হয় ৷ দ্বিগবিজয় নাথ ৰঙিয়াৰ ফাতেমা বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷

নলবাৰীত সলিল সমাধি কিশোৰৰ

নলবাৰী, 4 ছেপ্তেন্বৰঃ নলবাৰীৰ কেন্দুকুছিত সলিল সমাধি কিশোৰৰ ৷ দ্বিগবিজয় নাথ নামৰ 12 বছৰীয়া কিশোৰজনৰ নিজৰ ঘৰৰ পুখুৰীত সলিল সমাধি হৈ কৰুণ মৃত্যু ৷ সাঁতোৰ শিকাৰ বাবে অকলে পুখুৰীত শিকি থাকোতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ কিশোৰজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ দ্বিগবিজয় নাথ ৰঙিয়াৰ ফাতেমা বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

নলবাৰীত সলিল সমাধি কিশোৰৰ

ABOUT THE AUTHOR

...view details