অসম

assam

By

Published : Jan 30, 2021, 5:35 PM IST

Updated : Jun 28, 2022, 3:16 PM IST

ETV Bharat / state

ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাত পতাকা উত্তোলনৰ ভেটি স্থাপন

বৃহস্পতিবাৰে ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নৱ নিৰ্মিত ভেটি উদ্ধোধন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷

Zuoria police station in Ruphihat
ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাত পতাকা উত্তোলনৰ ভেটি স্থাপন

ৰূপহীহাট, 30 জানুৱাৰী :ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নৱ নিৰ্মিত ভেটিৰ শনিবাৰে শুভ উদ্ধোধন কৰা হয় ৷ উদ্ধোধন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷

ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাত পতাকা উত্তোলনৰ ভেটি স্থাপন

এই উপলেক্ষে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থকে চক্ৰ আৰক্ষী বিষয়া শঙ্কৰ মণ্ডল ৷ জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত বহুকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা

Last Updated : Jun 28, 2022, 3:16 PM IST

ABOUT THE AUTHOR

...view details