হোজাই, 6 এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য শনিবাৰে অসমত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । হেলিকপ্তাৰযোগে হোজাই বিহুতলীত উপস্থিত হৈ বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
হোজাইত বিজেপিৰ বিজয় সংকল্প সমাৰোহত যোগী আদিত্যনাথ - বিজেপিৰ বিজয় সংকল্প সমাৰোহ
নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাই পুনৰ এবাৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰীৰ আসনত বহাবলৈ ৰাইজক আহ্বান উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ

বিজেপিৰ বিজয় সংকল্প সমাৰোহত যোগী আদিত্যনাথ
বিজেপিৰ বিজয় সংকল্প সমাৰোহত যোগী আদিত্যনাথ
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক বিজেপিক ভোটদানেৰে পুনৰ এবাৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰীৰ আসনত বহাবলৈ আহ্বান জনায় ৰাইজক ৷