- কলিয়াবৰত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ
- হাটবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ-কঠালগুৰি গাঁও সংযোগী পথটো পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন
- 10 কিল'মিটাৰজোৰা পথটোৰ দুয়োকাষে নলাসহ প্ৰস্থ হ'ব 10 মিটাৰ
- গড়কাপ্টানী বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হ'ব পথছোৱা
কলিয়াবৰত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ - কলিয়াবৰ
10 কিল'মিটাৰজোৰা পথটোৰ দুয়োকাষে নলাসহ প্ৰস্থ হ'ব 10 মিটাৰ ৷ গড়কাপ্টানী বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হ'ব পথছোৱা ৷
পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ