নগাঁও,3 এপ্ৰিলঃ নগাঁও জিলাৰ শেতালি নিবাসী সৰবৰহী, ধৰ্মপ্ৰাণা মহিলা হিৰণ কাকতিৰ শুকুৰবাৰে বিয়লি নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ ৷
ধৰ্মপ্ৰাণা মহিলা হিৰণ কাকতিৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ - মৃত্যুত নগাঁৱত শোকৰ ছাঁ
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একান্ত সেৱক শৰণ সদস্য প্ৰয়াত মতিৰাম কাকতিৰ পত্নী হিৰণ কাকতিয়ে মৃত্যুৰ সময়ত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিকে ধৰি চাৰিজন পুত্ৰ, ১ গৰাকী জীয়ৰী, চাৰিগৰাকী বোৱাৰী, একমাত্ৰ জোঁৱাইসহ, কেইবাটিও নাতি নাতীনি ইহ সংসাৰত এৰি থৈ গৈছে ৷
ধৰ্মপ্ৰাণা মহিলা হিৰণ কাকতিৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ
উল্লেখযোগ্য যে, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একান্ত সেৱক শৰণ সদস্য প্ৰয়াত মতিৰাম কাকতিৰ পত্নী হিৰণ কাকতিয়ে মৃত্যুৰ সময়ত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিকে ধৰি চাৰিজন পুত্ৰ, এগৰাকী জীয়ৰী, চাৰিগৰাকী বোৱাৰী, একমাত্ৰ জোঁৱাইসহ কেইবাটিও নাতি নাতিনী ইহসংসাৰত এৰি থৈ যায় ৷ সৰবৰহী, ধৰ্মপ্ৰাণা মহিলা গৰাকীৰৰ বিয়োগত অঞ্চলটোত পৰিছে শোকৰ ছাঁ ।
লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল আৰক্ষী জোৱান