অসম

assam

By

Published : Jan 12, 2021, 9:10 PM IST

ETV Bharat / state

ৰূপহীহাটত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মাতৃ-পুত্ৰ

ৰূপহীহাটৰ বাটলি চাপৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মাতৃ-পুত্ৰ ৷ বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া গাহৰিয়ে আক্ৰমণ চলাই মাতৃ-পুত্ৰক ৷

wild-pig-attack-in-rupohihat-two-person-injured
ৰূপহীহাটত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মাতৃ-পুত্ৰ

জুৰীয়া, 12 জানুৱাৰী : ৰূপহীহাটৰ বাটলি চাপৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মাতৃ-পুত্ৰ ৷ তথ্য অনুসৰি, বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই আহিছিল বনৰীয়া গাহৰিৰ এটা জাক ।

ৰূপহীহাটত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মাতৃ-পুত্ৰ

বাটলি চাপৰিৰ কাছেম আলীৰ ঘৰত সোমাই পৰিয়ালটিৰ মাতৃ-পুত্ৰৰ ওপৰত আক্ৰমণ চলাই গাহৰিৰ জাকটোৱে । আক্ৰমণত গুৰুতৰভাৱে আহত নাজিমা খাতুন আৰু মাজাহাৰুল ইছলাম নামৰ দুই মাতৃ-পুত্ৰ । বৰ্তমান দ-গাঁও প্ৰাথমিক চিকিৎসালয়ত দুয়ো গৰাকীকে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক :ডুমডুমা এফআৰউত চিকিৎসাকৰ্মীক আক্ৰমণ

ABOUT THE AUTHOR

...view details