অসম

assam

ETV Bharat / state

জৈৱ-বৈচিত্ৰৰে ভৰপূৰ কলিয়াবৰৰ জয়সাগৰ দলনি - জয়সাগৰ দলনি

প্ৰবাদ অনুসৰি প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰখা হৈছিল ৷  এই বাহৰত থাকোতেই টান নৰীয়াত পৰি জয়া আইদেউৰ মৃত্যু হোৱাত জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰত সমাধিস্থ কৰা হৈছিল ৷

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এটা জলাশয়

By

Published : May 9, 2019, 12:47 PM IST

Updated : May 9, 2019, 1:01 PM IST

কলিয়াবৰ , 09 মে' :প্ৰবাদ অনুসৰি নানা যুদ্ধ-বিগ্ৰহত ব‍্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল ৷ আৰু প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰখা হৈছিল ৷ এই বাহৰত থাকোতেই টান নৰিয়াত পৰি জয়া আইদেউৰ মৃত্যু হোৱাত জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰত সমাধিস্থ কৰা হৈছিল ৷

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এটা জলাশয়

জয়া মৈদামৰ কাষতে থকা 16 হাজাৰ বিঘা মাটি-কালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামেৰে নামাকৰণ কৰে ৷ পূবথৰীয়া মৌজাৰ বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে ৷ জয়সাগৰ দলনি সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ৷

Last Updated : May 9, 2019, 1:01 PM IST

ABOUT THE AUTHOR

...view details